46
তেজপুৰঃ তেজপুৰৰ গৰ্ধ গাঁৱত বৃহস্পতিবাৰে পুৱা এজন যুৱকৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ হোৱা বাতৰিয়ে অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি কৰিছে।
জানিব পৰা মতে তেজপুৰৰ বিহগুৰিৰ মইলাআটিৰ যুৱক মহেশ গোৱলা ওৰফে মহেশ নৰ (২৬)ক কোনো দুৰ্বৃত্তই আক্ৰমণ কৰি নৃংশসভাৱে হত্যা কৰি পেলাই থৈ যোৱা বুলি স্থানীয় ৰাইজে সন্দেহ কৰিছে৷