Home ৰাজ্যচুলাই মদৰ বিৰুদ্ধে অভিযান, আটক ৫ জন যুৱক

চুলাই মদৰ বিৰুদ্ধে অভিযান, আটক ৫ জন যুৱক

by News Desk
A+A-
Reset
b64a1e3b-ebea-442c-91c0-cac80fa35881

তেজপুৰঃ তেজপুৰৰ দাঁতি কাষৰীয়া অঞ্চলত এতিয়াত অব্যাহত আছে চুলাই মদৰ অবৈধ বেহা। কেইদিনমানৰ পূৰ্বে গোলাঘাট, যোৰহাটত চুলাই খাই প্ৰায় দুই শতাধিক লোকৰ প্ৰাণ লোৱাৰ পিছতো কোনো প্ৰভাৱেই পৰা নাই তেজপুৰৰ ঘগৰা আৰু নপাম চাহ বাগিচা এলেকাত।

শনিবাৰে তেজপুৰৰ ঘগৰা আৰু নপামত দিনদুপৰতে চুলাই মদৰ বিৰুদ্ধে অভিযান। হাতে হাতে লাঠি লৈ চুলাই অভিযানত নমাসকল অৱকাৰী বিভাগৰ কৰ্মী নহয়। অভিযানত নামিছে বেবেজিয়া আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া শৰৎ দাসৰ নেতৃত্বৰ আৰক্ষীসকল৷ যোৰহাট আৰু গোলাঘাটত চুলাই ট্ৰেজেদিৰ পাছত যাতে চাহ বাগিছা অঞ্চলত যাতে কোনো কাৰণতে চুলাই প্ৰচলন সম্পূৰ্ণ ৰূপে বন্ধ হয় তাৰ বাবে আৰক্ষীয়ে পহৰা দিয়াৰ লগতে তালাচী অব্যাহত ৰাখিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0