Home ৰাজ্যতেজপুৰত দল সংগঠনৰ উল্লাস

তেজপুৰত দল সংগঠনৰ উল্লাস

by News Desk
A+A-
Reset
505b6afd-a5db-4173-b2b6-5182ed6fbe31

তেজপুৰঃ ৰাজ্যসভাত অন্তিম দিনাৰ কাৰ্যসূচীত চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কখন উত্থাপন নকৰি ৰাজ্যসভা অনিৰ্দিষ্টকাললৈ স্থগিত কৰিলে৷ প্ৰধানমন্ত্ৰী মোডীৰ কাৰ্যকালত বিধেয়কখৰ কাম নহ’ল, এয়া জাতি-মাটি-ভেটিৰ বিষয়ে চিন্তা কৰা প্ৰতিবাদীসকলৰ লগতে সমগ্ৰ ৰাইজৰ জয়৷

অৱশেষত সকলোৰে প্ৰতিবাদ তথা আন্দোলন কৰা বিধেয়কৰ বিৰোধী সকলোৰে মনত অপাৰ আনন্দ৷ য’ত আজি নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপিত নোহোৱাৰ বাবে বহু ঠাইৰ লগতে তেজপুৰতো বিভিন্ন দল সংগঠনৰ বোমা ফুটাই উল্লাস কৰি আনন্দ কৰা দেখা গ’ল।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0