56
তেজপুৰঃ গাৱেঁ-ভূঞে দেখিবলৈ পোৱা গৈছে হ’লীৰ আনন্দ-উল্লাস। শিশুসকলো মতলীয়া এই হলিক লৈ।
আবিৰৰ ৰঙে ৰঙীন কৰিছে সকলোকে। শুকুৰবাৰে পুৱাই শোনিতপুৰৰ তেজপুৰতো দেখা গ’ল এক আনন্দমুখৰ পৰিৱেশ। তেজপুৰৰ গ্ৰাম্যাঞ্চলত গোসাঁই পৰিভ্ৰমন কৰি ওলাই আহি ইজনে সিজনক আবিৰ ঢালি কৰিছে আনন্দ, স্ফূৰ্তি। বাটৰুৱাক আগুচি ধৰি সানিছে আবিৰ।