45
তেজপুৰঃ তেজপুৰৰ ঐতিহ্যমণ্ডিত জ্যোতিভাৰতি(পকী)ত সদৌ অসম কবি সন্মিলনৰ পঞ্চদশ দ্বিবাৰ্ষিক পূৰ্নাংগ অধিৱেশনখন অহা ৩০, ৩১ চেপ্তেম্বৰ আৰু ১,২ অক্টোৱৰত অনুষ্ঠিত হ’ব।
সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক উজ্বল পাউগামৰ উপস্থতিত শোনিতপুৰ জিলা সমিতিৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সাধাৰণ সভাত অতিৰিক্ত উপাযুক্ত কে কে শৰ্মাক সভাপতি আৰু জিলা সমিতিৰ সম্পাদক অপূৰ্ব বৰা লৈ এখন আদৰণি সমিতি গঠন প্ৰক্ৰিয়া সমাপন হয়৷