55
www.newsnextone.com| তেজপুৰঃ অনুমতি অবিহনে তেজপুৰৰ ত্ৰিবেনী চকত মুকলি কৰা এম বজাৰ বন্ধ কৰে পৌৰ সভাই৷
জানিব পৰা মতে তেজপুৰ পৌৰ সভাৰ অনুমতি অবিহনে তেজপুৰৰ ত্ৰিবেণী চকত ১১ অক্টোৱৰত এম বজাৰ নামৰ শ্বপিং মল মুকলি কৰিছিল।