82
newsnextone.com। তেজপুৰঃ চৌদিশে এতিয়া শৰতৰ সুবাস। শৰত মানেই যেন শাৰদীয় উৎসৱৰ বতৰ। মাত্ৰ কেইদিনমানৰ পিছতে আৰাম্ভ হব শাৰদীয় দুৰ্গা পূজা। এতিয়া সকলো মৃন্ময় শিল্পী ব্যস্ত হৈ পৰিছে প্ৰতিমা সজাত।
