72
তেজপুৰঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ ১নং ৱাৰ্ড শিৱ মন্দিৰ প্ৰাংগনত সোমবাৰে উদুলি মুদুলি পৰিৱেশ। উপলক্ষ সমূহীয়া বিবাহ। একেটা বিবাহ মণ্ডপত একেলগে ৪০০ ৰো অধিক বিয়া।
ন-সাজত ন-ৰূপত যুগ্ম জীৱনৰ পাতনি মেলিলে সামূহিক বিবাহত ৪০০ যোৰা দৰা-কইনাই।