67
তেজপুৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ আইন এখন নাটক। নাগৰিকত্ব সংশোধনী বিধেয়কখন ক্ষেত্ৰত বৰ্তমান দুজনীয়া বিচাৰপীঠে দিয়া আবেদন ছুপ্ৰীম কৰ্টত বিচাৰাধীন হৈ আছে।
বিষয়টো মীমাংসা নোহোৱালৈকে আইনখন প্ৰযোজ্য নহ’ব। এই আইনী মন্তব্য কৰিছে অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰি সভাপতি মতিউৰ ৰহমানে।