58
তেজপুৰঃ বিষাক্ত চুলাই সেৱন কৰি গোলাঘাট আৰু যোৰহাটত ডেৰ শতাধিক লোকে প্ৰাণ হেৰুৱাৰ পাছতে চুলাই মদৰ বিৰুদ্ধে তৎপৰ হৈছে শোণিতপুৰৰ ৰঙাপৰা আৰক্ষী।
শোণিতপুৰৰ ৰঙাপৰাৰ খেৰনীবস্তি, নামনী গাঁও, ঢোলকোবা চাহ বাগিচাৰ লগতে ৰঙাপৰা ৰে’লৱে কলনিত আৰক্ষীয়ে অভিযান চলাই অবৈধ চুলাই মদৰ ভাটি উৎখাট কৰাৰ লগতে বহু পৰিমাণৰ চুলাই মদ নষ্ট কৰে।