47
তেজপুৰঃ বৃহস্পতি বাৰৰেপৰা তেজপুৰত অনুষ্ঠিৰ হৈছে কাৰ্তিক হাজৰিকা ৰাষ্ট্ৰীয় নাট সমাৰোহ।
অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ তেজপুৰৰ অন্যতম কাণ্ডাৰী, অভিনেতা, তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণথিয়েটাৰৰ সাধাৰণ সম্পাদক, কাৰ্তিক হাজৰিকাৰ সোঁৱৰণত আজিৰেপৰা ৯ জানুৱাৰীলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে তেজপুৰত অনুষ্ঠিত হ’ব “কাৰ্তিক হাজৰিকা ৰাষ্ট্ৰীয় নাট মহোৎসৱ”।