Home ৰাজ্যনগাঁও, তেজপুৰ, ৰঙিয়াত ধুমুহাৰ তাণ্ডৱ, বিস্তৰ ক্ষতি সাধন, বিদ্যুৎ সেৱা ব্যাহত

নগাঁও, তেজপুৰ, ৰঙিয়াত ধুমুহাৰ তাণ্ডৱ, বিস্তৰ ক্ষতি সাধন, বিদ্যুৎ সেৱা ব্যাহত

by News Desk
56 views
A+A-
Reset

নগাঁও/তেজপুৰ/ৰঙিয়াঃ বুধবাৰে দুপৰীয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহাই তাণ্ডৱৰ সৃষ্টি কৰে। কামৰূপ, তেজপুৰ, নগাঁও আদি জিলাত বিস্তৰ ক্ষতি সাধন কৰাৰ খবৰ আহিছে৷ ৰঙিয়াত বহু বাসগৃহ ভাঙি পৰাৰ লগতে গছ–গছনি বাগৰি পৰাত বিদ্যুৎ সেৱা ব্যাহত হৈ পৰে৷ ফলত বিদ্যুৎ সেৱা ব্যাহত হৈ পৰে।
দক্ষিণ কামৰূপৰ সোণতলী অঞ্চলটোত প্ৰচণ্ড ধুমুহা বিস্তৰ ক্ষতি সাধন কৰে। টাঙোনমাৰী, ৰাংগ পানী, জাওকাটা, ডেকাচাং, ছমৰীয়াপাম আদি অঞ্চলত ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে।

নগাঁও জিলাৰ পশ্চিম অঞ্চলত বুধবাৰে ৪ বজাত প্ৰৱল ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰাৰ বিপৰীতে গঞাৰাইজক আতংকিত কৰি তোলে৷ প্ৰায় ২০ মিনিট সময়জুৰি তীব্ৰ বেগত অহা এই ধুমুহাই জিলাখনৰ বেবেজীয়া, জাজৰি, চকলাঘাট, হাতীচোং, কুৰুৱাবাহী, ডিমৌ,ৰাইদঙীয়া, শেতালী,মাহৰিআটি, ঘাঁহী, দলংঘাট, কাকমাৰী, নমাটি, ভালুকমাৰী, বৰছিলা, কুঁজি, কহুৱাআটি, টুকটুকী, কটহগুৰি, ছালনাবড়ি, ধিং, ধূপগুৰি, ভেৰভেৰি, কদমনি, আহোমগাঁও, বৰিবজাৰ, আইভেটী, আলিছিঙা, গা-খজুৱা, শিমলুগুৰি আদি অঞ্চলৰ বহুলোকৰ বাসগৃহৰ ক্ষতিসাধন কৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0