61
অপুৰ্ব বৰা, তেজপুৰঃ শনিবাৰে তেজপুৰত উপস্থিত হয়হি মন্ত্ৰী তথা বিধায়ক পল্লৱ লোচন দাস৷ তেজপুৰৰ উন্নয়ন তথা সমস্যাৰ বিষয়ে আলোচনা কৰিবলৈ উপস্থিত হোৱা বুলি জানিব পৰা গৈছে৷
তেওঁ কয় যে দলে মোক যি দায়িত্ব দিয়ে মই তাকে কৰিম। দলে মোক বিধায়ক হ’বলৈ কলে বিধায়ক হ’লো। মন্ত্ৰী হ’বলৈ কলে মন্ত্ৰী হ’লো। মই দলৰ মতে চলো মোৰ মতে নচলো।