66
তেজপুৰঃ ৯ নং তেজপুৰ লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী গৰাকীয়ে বিপুল ভোট জয়লাভ কৰাৰ পথত।
বৰ্তমানলৈকে বিজেপি প্ৰাৰ্থী পল্লব লোচন শৰ্মা গৰাকী কংগ্ৰেছ দলৰ প্ৰাৰ্থী এমজিভিকে ভানুতকৈ প্ৰায় ১,৬৯,৩৫৮টা ভোটত আগবাঢ়ি আছে।