96
তেজপুৰ, অপুৰ্ব বৰাঃ তেজপুৰৰ পাচমাইলত অঘটন।
তেজপুৰৰ পাঁচমাইলৰ আলিচিঙা উৰিয়ামগুৰিত থকা বিদ্যুতৰ খুটাৰপৰা প্ৰৱাহিত হৈ থকা বৈদ্যুতিক আৰঠিঙৰ তাঁৰৰপৰা বিদ্যুৎ পৰিবাহ হৈ আজি পুৱা ৯:১৫ মান বজাত দিকৰাইজানৰ মমতাজ আলি (৭১)নামৰ লোক এজন বিদ্যুস্পৃষ্ট হৈ ছটফটাই থকা সময়ত অঞ্চলটোৰ মফিজুদ্দিন আহমেদ নামৰ এজন বচাবলৈ গৈ যুৱকজনো বিদ্যুস্পৃষ্ট মৃত্যুমুখত পৰে।