47
তেজপুৰঃ আজি এক নজিৰবিহীন ঘটনা সংঘটিত হ’ল তেজপুৰ পিঠাখোৱাত।
ৰাইজৰ অভিযোগ অনুসৰি পিঠাখোৱা ৰমনী নাথে নিজ পুত্ৰক হত্যা কৰি হাবিত পুতি থোৱা অভিযোগ ৰাইজৰ। পুত্ৰ ধ্ৰুৱ জ্যোতি নাথক হত্যা কৰি পুতি থোৱাত স্থানীয় ৰাইজ অতিস্থ হৈ ৰমনী নাথৰ ঘৰত জুঁই লগাই দিয়ে।