Home ৰাজ্যতেজপুৰত মানসিক ৰোগ সম্পৰ্কীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ

তেজপুৰত মানসিক ৰোগ সম্পৰ্কীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ

by News Desk
52 views
A+A-
Reset

newsnextone.com| তেজপুৰঃ তেজপুৰৰ লোকপ্ৰিয় গোপিনাথ বৰদলৈ আঞ্চলিক মানিসক স্বাস্থ্য প্ৰতিষ্ঠানত শনিবাৰে Indian Psychiatric Society ৰ ৩৮ সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হয়৷ Indian Psychiatric Society ৰ অসম ৰাজ্যিক শাখাৰ উদ্যোগত অনুষ্ঠিত অধিৱেশনৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় Psychopharmacology -An Ever Unfolding Front শীৰ্ষক এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ৷ 

Indian Psychiatric Society ৰ অসম  ৰাজ্যিক শাখাৰ সভানেত্ৰী তথা বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডাঃ কমলা ডেকাই আলোচনা চক্ৰখনি সঞ্চালনা কৰি পিতৃ-মাতৃক অৱহেলা কৰা তথা বৃদ্ধ বয়সত নিৰ্যাতন চলোৱা ঘটনাৰ ওপৰত উদ্বিগ্নতা প্ৰকাশ কৰে৷ এই ক্ষেত্ৰত চৰকাৰে ৰূপায়ন কৰা ‘প্ৰণাম’ আঁচনিয়ে কিছু হলেও বঞ্চিত বৃদ্ধ পিতৃ-মাতৃক আৰ্থিক সকাহ দিব বুলি সদৰি কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0