93
তেজপুৰঃ ১৯৩৬ চনত তেজপুৰৰ মিলন বাকৰিত প্ৰতিষ্ঠা হোৱা মিলন বাকৰি ৰাস মহোৎসৱ এইবেলি ৮২ বছৰত ভৰি দিছে।
অহা ইংৰাজী ৩, ৪ নৱেম্বৰ তাৰিখে মিলন বাকৰি ১৪ খন চুবুৰীৰ ৰাইজৰ প্ৰচেষ্টাত প্ৰতি বছৰৰ দৰে এইবাৰো শ্ৰী কৃষ্ণ ৰাস যাত্ৰাৰ আয়োজন কৰা হৈছে।