47
তেজপুৰঃ বছৰৰ প্ৰথম দিনটোত মঙলবাৰে অসম সাহিত্য সভাৰ শাখা তেজপুৰৰ উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাই ডিপোটাৰ শাখাৰ কাৰ্যালয়ৰ প্ৰাঙ্গণত অনুষ্ঠিত কবি সন্মিলনৰ উন্মোচক হিচাপে কবি নৰহৰি চুতীয়া উপস্থিত থাকে|
শোনিতপুৰ জিলা সাহিত্য সভাৰ উপ-সভাপতি ৰমেন গোস্বামীৰ পৌৰহিত সন্মিলনখন সঞ্চালনা কৰে উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি ড০ যতীন বৰুৱাই।