Home ৰাজ্যহাতী কৰিদৰ বন্ধ কৰিবলৈ দিয়া নহব… তেজপুৰত সৰ্প মানৱৰ সজাগতামূলক অভিযান

হাতী কৰিদৰ বন্ধ কৰিবলৈ দিয়া নহব… তেজপুৰত সৰ্প মানৱৰ সজাগতামূলক অভিযান

by News Desk
A+A-
Reset

অপুৰ্ব বৰা, তেজপুৰঃ শোণিতপুৰ জিলাৰ জৈৱ বৈচিত্ৰ্যৰে ভৰপুৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু বালিপৰা সংৰক্ষিত বনাঞ্চল সমূহ বেদখলকাৰী আৰু চোৰাং ব্যৱসায়ী সকলে ধ্বংস কৰাৰ পৰিপ্ৰেক্ষিতত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ লৈছে এই মন্তব্য তেজপুৰৰ প্ৰকৃতিপ্ৰেমী তথা সৰ্প মানৱ সৌৰভ বৰকটকীৰ। 

তেজপুৰৰ নিকটৱৰ্তী বিহগুৰিত ভাস্কৰ পটঙ্গীয়া নামৰ লোকজনৰ ঘৰত এটা বিযাক্ত সাপক ধৰি সৰ্প মানৱ সৌৰভ বৰকটকীয়ায়ে লগতে কয় যে খাদ্যৰ সন্ধানত বনৰীয়া হাতীৰ জাকে বনাঞ্চল এৰি জনাঞ্চললৈ প্ৰৱেশ কৰি ত্ৰাসৰ সৃষ্টি কৰি অহাটো সৰ্বজনবিদিত। বিশেষকৈ জিলাখনৰ সোনাই ৰূপাই অভয়াৰন্য, নামেৰী ৰাষ্ট্ৰীয় উদ্যান, বালিপৰা সংৰক্ষিত বনাঞ্চলৰপৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে ৰঙাপৰা অঞ্চলৰ চেঁচা, হাৰচুড়া, আদাবাৰী, ফুলবাৰী, ধেন্দাই, তাৰাজুলি, বিন্দুকুৰি আদি অঞ্চলত আতংকৰ সৃষ্টি কৰি আহিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0