60
তেজপুৰ টাউনঃ অসমীয়া ভাষা সাহিত্যৰ কাণ্ডাৰি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক বুধবাৰে ৰাজ্যবাসীয়ে স্মৰণ কৰাৰ সময়তে শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত শিল্পী দিবসৰ দিনটোতে এখন সংগীত বিদ্যালয় উদ্ধোধন কৰে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই।
