51
তেজপুৰঃ সোমবাৰে বিয়লি ৪.৪৫ বজাৰপৰা শিৱৰাত্ৰিৰ ক্ষণ মিলিছে। শিৱৰাত্ৰি উপলক্ষে তেজপুৰৰ ঐতিহাসিক শিৱ দেৱালয়ৰ লগতে হলেশ্বৰ, নলেশ্বৰ, কেতেকেশ্বৰ, হেঙুলেশ্বৰ দেৱালয়ৰ লগতে আন আন দেৱালয়সমূহত পুৱাৰেপৰাই ভক্তৰ জনসমাগৰ মাজেৰে শিৱপূজা চলি আছে৷
বিয়লি ৪.৪৫ বজাৰপৰা আৰাম্ভ হ’বলগীয়া শিৱৰাত্ৰি উপলক্ষে ভক্তসকলে পূজা-অৰ্চনা কৰাৰ বাবে পুৱাৰেপৰা মন্দিৰ সমূহত ভিৰ কৰা দেখা গৈছে৷