Home ৰাজ্যতেজপুৰতো কাল ধুমুহাই দিনতে এন্ধাৰ নমালে ধৰালৈ

তেজপুৰতো কাল ধুমুহাই দিনতে এন্ধাৰ নমালে ধৰালৈ

by News Desk
64 views
A+A-
Reset

তেজপুৰঃ অসমৰ বিভিন্ন প্ৰান্তৰৰ লগতে তেজপুৰতো দেখা পোৱা গ’ল প্ৰকৃতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰা দৃশ্য৷ সময় তেতিয়া দেওবাৰৰ ১ঃ৩০ বাজিছিল। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে সাংস্কৃতিক নগৰি তেজপুৰ আৰু ইয়াৰ দাঁতি-কাষৰীয়া অঞ্চলসমূহত দেখা গ’ল প্ৰকৃতিয়ে ৰুদ্ৰমূৰ্তি ধাৰণ কৰাৰ দৃশ্য৷ প্ৰকৃতিৰ ভয়ংকৰ ৰূপ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দিনতে অন্ধকাৰ নামিল।

প্ৰচণ্ড বেগত বলিল ধুমুহা-বৰষুণ৷ বিজুলি ধেৰেকণিৰ কাণ তাল মৰা শব্দ৷ সম্পূৰ্ণৰূপে অন্ধকাৰ নামি আহিল ধৰালৈ৷ প্ৰকৃতিৰ ৰুষ্ট ৰূপত মাজতে তেজপুৰতো দেখা গ’ল বিপৰীত ছবি৷ প্ৰকৃতিৰ ৰুষ্ট ৰূপৰ সৈতে মোকাবিলা কৰাৰ বাবে দিনতে লাইট জ্বলাই চলিল সৰু-বৰ বাহন৷ মুঠৰ ওপৰত ব’হাগ আগে আগে এজাক প্ৰচণ্ড বৰদৈচিলাই চুই গ’ল অসমৰ বিভিন্ন প্ৰান্তৰ লগতে তেজপুৰৰ মিলনপুৰ, ডেকাৰগাঁও, বিন্দুকুৰি ইত্যাদি অঞ্চল।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0