67
অপুৰ্ব বৰা, তেজপুৰঃ “মাউখে উটিলে গুৰিপৰুৱাৰো মৰণ নাই”। আহক সকলোৱে মিলি, সকলোৱে হাত প্ৰসাৰিত কৰি তেজপুৰৰ নিকটৱৰ্তী তেলেৰীয়া নিৱাসী আৰু ডেকাৰগাঁও হাইস্কুলৰ অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰজনক মগজুৰ জটিল ৰোগৰপৰা সুস্থ কৰি জীয়াই ৰাখোঁ।
