53
বিহগুৰিঃ শোণিতপুৰ জিলাৰ বিহগুৰি আৰক্ষী চকীৰ অন্তৰ্গত টুমুকী, পিঠাখোৱা, বৰডুবিয়াত অবাধ হাৰত অবৈধ সুৰা, তীৰৰ অবাধ প্ৰচলনে সামাজিক পৰিৱেশ বিনষ্ট কৰা পৰিলক্ষিত হৈছে যদিও তাৰ প্ৰতি যেন ভ্ৰূক্ষেপ নাই জিলা প্ৰশাসন আৰু আবকাৰী বিভাগৰ।
উল্লেখ্য যে ৰাজ্যখনৰ উত্তৰ পাৰৰ বহু লক্ষাধিক লোকৰ দাবীৰ প্ৰতি সহাৰি জনাই চৰকাৰে স্থাপন কৰা তেজপুৰ মেডিকেল কলেজখনত বিগত সময়ছোৱাত অবৈধ হাৰত সুৰাৰ বাবেই কেবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিল।