55
কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ সেৰফাংগুড়ী থানাৰ অন্তৰ্গত লাক্ৰিগুড়ীত শুকুবাৰে বজ্ৰপাত পৰি ৫ বছৰীয়া এটি শিশুৰ মৃত্যু হোৱাৰ লগতে এটি দুবছৰীয়া শিশু নিহত হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে৷ শিশু দুটিল লগতে দুগৰাকীকৈ মহিলাও গুৰুতৰভাবে আহত হয়৷
বজ্ৰপাত পৰি মৃত্যু হোৱা শিশু গৰাকীক জৌংস্ৰাং নাৰ্জাৰী বুলি চিনাক্ত কৰা হৈছে৷ তদুপৰি বজ্ৰপাত পৰি আহত হোৱা দানসৌৰাং বসুমতাৰী(২), ৰোমাইনা বসুমতাৰী (১৩) আৰু পাৰ্বতী বসুমতাৰী (৪১)য়ে গুৰুতৰ ভাৱে আহত হয়।