59
ছিপাঝাৰঃ আন একো চোৰ নকৰে, তেও লেপটপ হে চোৰ কৰে৷ লেপটেপৰ চাহিদা থকাৰ বাবে আজিও তেও লেপটপ চুৰি কৰাৰ বাবে ৰচিছিল নাটক৷ কিন্তু আজি তেওৰ নাটক বিফল হ’ল৷
হিন্দী কথাছবিৰ কায়দাৰে চলন্ত বাছৰ পৰা তিনিটা লেপটপ লৈ উধাও হব খোজোতেই বাছ যাত্ৰীৰ হাতত ধৰা পৰিল অইনুল হক৷