Home ৰাজ্যজন্মাষ্টমীৰ সুযোগ গ্রহণ কৰি চোৰে দিলে সিন্ধি

জন্মাষ্টমীৰ সুযোগ গ্রহণ কৰি চোৰে দিলে সিন্ধি

by News Desk
51 views
A+A-
Reset

দলংঘাটঃ দৰং জিলাৰ দেওমৰনৈ সমলাৰ লক্ষীকান্ত বৈশ্যৰ ঘৰত চোৰে লুটি নিলে লাখ টকাৰ সম্পত্তি। বুধবাৰে নিশা জন্মাষ্টমী উপলক্ষ্যে ৰাজহুৱা নামঘৰত উপস্থিত থকাৰ সুযোগ গ্রহণ কৰি প্ৰায় দুই আঢ়ৈ লাখ মান টকাৰ মূল্যবান সা-সম্পদ তথা সোণৰ আ-অলংকাৰ চুৰ কৰি লৈ যায়।

ইতিমধ্যে ঘটনা সম্পকত মঙ্গলদৈ থানাৰ আৰক্ষীৰ লগত যোগাযোগ কৰিছে বুলি জানিব পৰা গৈছে। সেই অঞ্চলটোত সঘনাই চুৰি ডকাইতি কাণ্ড সংঘটিত হৈ আছিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0