69
গৰৈমাৰীঃ দক্ষিণ কামৰূপৰ গৰৈমাৰীত বৃহস্পতিবাৰে নিশা চাৰিগৰাকী চোৰ ধৰা পৰে বজাৰৰ পহৰাদাৰৰ হাতত৷ চাৰিগৰাকী চোৰে গৰৈমাৰী বজাৰত মোবাইল দোকানত চুৰি কৰিবলৈ আহোতে বজাৰৰ পহৰাদাৰে আটক কৰে৷
গৰৈমাৰীৰ সত্ৰপাৰা গাঁৱৰ সঞ্জীৱ সূত্ৰধৰ, ভাস্কৰ সূত্ৰধৰ আৰু কানহাৰা গাঁৱৰ দুজন নাবালাক সহিতে চাৰিগৰাকী চোৰক পহৰাদাৰে আটক কৰি আৰক্ষীক গতাই দিয়ে৷