Home ৰাজ্যৰঙিয়াত গণপ্ৰহাৰত চোৰে ক’লে সঁচা কথা

ৰঙিয়াত গণপ্ৰহাৰত চোৰে ক’লে সঁচা কথা

by News Desk
54 views
A+A-
Reset

ৰঙিয়াঃ চুৰ কৰি ঔ-কিল খালে ৰঙিয়াৰ দুই যুৱকে৷ আজি ৰঙিয়াত দুজন চোৰক কৰায়ত্ব কৰি স্থানীয় ৰাইজে উত্তম-মাধ্যম সোধায়৷ ঘটনা অনুসৰি যোৱা সোমবাৰে ৰঙিয়া চহৰৰ গুৰককুছিত অন্ধ্ৰ প্ৰদেশৰ টিলাংগানা চহৰৰ পি ৰাজাম আৰু পি চিনু নামৰ ভিনিহিয়েক আৰু খুলশালীয়েকে ভাড়াতীয়া হিচাপে থকা ভাড়াঘৰটোৰ পৰা চোৰে বৃহৎ পৰিমানৰ সামগ্ৰী সহ নগদ ধন, মোবাইল আদি লুট কৰি নিয়ে৷

আজি পুৱাৰ ভাগত দুজন যুৱক সন্দেহজনক ভাবে অঞ্চলটোত ঘুৰি ফুৰা দেখি স্থানীয় ৰাইজে যুৱক দুজনক কৰায়ত্ব কৰি গণপ্ৰহাৰ আৰম্ভ কৰে৷ ৰাইজৰ প্ৰহাৰত যুৱক দুজনে অঞ্চলটোত বহু দিনৰ পৰা চুৰি কাণ্ড সংঘটিত কৰি আহিছিল বুলি স্বীকাৰ কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0