50
আমগুৰিঃ সোন-গহনা, টকা-পইচাৰ প্ৰতি বেছি লোভ নাই চোৰৰ৷ এটি মদৰ বটল চোৰ কৰি নিব পাৰিলেই যঠেষ্ট৷ হয়, শিৱসাগৰ জিলাৰ আমগুৰিত শনিবাৰে নিশা চোৰে লুটপাত চলালে ৱাইন শ্বপত৷
আমগুৰি নগৰৰ মাজমজিয়াৰ এখন বিলাতী সুৰাৰ দোকানৰ সুৰাৰ বটলৰ লগতে নগদ ধন আৰু একেলগে সংলগ্ন হৈ থকা সোণৰ আ-অলংকাৰ দোকানৰ পৰাও চোৰে লৈ গ’ল প্ৰায় ৫০ হাজাৰ টকা মূল্যৰ আ-অলংকাৰ।