64
লংকাঃ হোজাই জিলাৰ সদৰ শংকৰদেৱ নগৰস্থিত আৰক্ষী অধীক্ষকৰ কাৰ্য্যলয়ৰ পৰা নাতি দূৰৈত শুকুৰবাৰে নিশা সংঘটিত হয় এক চুৰিকাণ্ড৷
লংকাৰ শংকৰদেৱ নগৰৰ জোৰা পুখুৰীস্থিত উজ্বল চক্ৰৱৰ্তী নামৰ এজন ব্যক্তিৰ মোবাইল দোকানৰ পৰা নিশা চোৰে দোকানৰ চিলিং ভাঙি লুটি নিলে কেইবাটাও দামী মোবাইল সহ নগদ ধন৷