Home ৰাজ্যতিৱা ভাষাৰ ৱেব পৰ্টেল PharewNewsৰ কাৰ্যালয়ত চুৰি, আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ

তিৱা ভাষাৰ ৱেব পৰ্টেল PharewNewsৰ কাৰ্যালয়ত চুৰি, আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ

by News Desk
A+A-
Reset
27972099_165958404077764_810438264325053084_n

newsnextone.com | গুৱাহাটীঃ মৰিগাঁও জিলাৰ জাগিৰোডত এটি থলুৱা ভাষাৰ নিউজ ৱেব পৰ্টেলৰ কাৰ্যালয়ত চুৰি কাণ্ড সংঘটিত হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে, তিৱা ভাষাৰ Pharew News নামৰ ৱেব পৰ্টেলটোৰ কাৰ্যালয়ত যোৱা ১২ মে’ৰ সন্ধিয়া ৭ বজাত চুৰি কাণ্ড সংঘটিত হয়৷ 

কাৰ্যালয়টোৰ পৰা মোবাইল হেণ্ডচেট, লেপটপ, কম্পিউটাৰ সহ বিভিন্ন সামগ্ৰী চোৰে নিয়া বুলি জানিবলৈ দিয়ে ৱেব পৰ্টেলটোৰ প্ৰতিষ্ঠাপক অজয় পাটৰ হোকাইয়ে৷ জাগিৰোড পুলিছ কলনীস্থিত ৱেব পৰ্টেলৰ কৰ্যালয়টোত চুৰি কাণ্ড সংঘটিত হোৱাৰ পিছতে আৰক্ষীক এজাহাৰ দিয়ে যদিও ঘটনাক আৰক্ষীয়ে গুৰুত্ব প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0