63
লংকাঃ হোজাই জিলাৰ লংকাত চোৰে সংঘটিত কৰিলে লংকা কাণ্ড৷ চেতনানাশক স্প্ৰে চটিয়াই এটি পৰিয়ালৰ পৰা চাফাই কৰিলে নগদ ধনসহ সোণৰ আ-অলংকাৰ৷
হোজাইৰ শংকৰদেৱ নগৰত বৃহস্পতিবাৰে নিশা সংঘটিত হয় চাঞ্চল্যকৰ চুৰি কাণ্ডটো। শংকৰদেৱ নগৰৰ বিপ্লৱ শীল নামৰ ব্যক্তিজনৰ ঘৰত নিশা চোৰে প্ৰৱেশ কৰি বিষাক্ত পদাৰ্থ স্প্ৰেযোগে ছটিয়াই অচেতন কৰে পৰিয়ালৰ লোকসকলক৷