Home ৰাজ্যঅৰ্ধসামৰিক বাহিনী-আৰক্ষী গিজগিজাই থকা ওদালগুৰি চহৰত সাংবাদিকৰ ঘৰত চুৰি

অৰ্ধসামৰিক বাহিনী-আৰক্ষী গিজগিজাই থকা ওদালগুৰি চহৰত সাংবাদিকৰ ঘৰত চুৰি

by News Desk
63 views
A+A-
Reset

newsnextone.com | ওদালগুৰিঃ অৰ্ধসামৰিক বাহিনী-আৰক্ষী গিজগিজাই থকা ওদালগুৰি চহৰৰ মাজ মজিয়াত সাংবাদিকৰ ঘৰত চুৰি কাণ্ড সংঘটিত হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ যদি চহৰতে মানুহৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা নাথাকে গ্ৰাম্য এলেকাত সুৰক্ষা ব্যৱস্থা কেনেকুৱা হ’ব পাৰে বুলি চিন্তা ব্যক্ত কৰে ৰাইজে৷

ঘৰত কোনো নথকাৰ সুযোগ লৈ নিশা দুৱাৰৰ তলা ভাঙি চোৰে লুটি নিয়ে সোণসহ প্ৰায় তিনি লাখ টকাৰ সম্পত্তি। ওদালগুৰিৰ দুই নম্বৰ ৱাৰ্ডৰ সিজুগুৰিত দুটাকৈ বাসগৃহত চোৰে চলাই চাফাই অভিযান। ওদালগুৰি জিলাৰ ৰৌতাৰ সাংবাদিক অজয় কলিতা আৰু ভাতৃ সঞ্জয় কলিতাৰ গৃহত নিশা চোৰ সোমাই লুটি নিয়ে নগদ ধনসহ সোণৰ অলংকাৰ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0