Home দেশলাইকতকৈ বাঢ়িল ডিছলাইক! মানুহে বেয়া পোৱা হৈছে নেকি মোদীৰ ‘মন কী বাত’?

লাইকতকৈ বাঢ়িল ডিছলাইক! মানুহে বেয়া পোৱা হৈছে নেকি মোদীৰ ‘মন কী বাত’?

by News Desk
A+A-
Reset
narendra-modi-popular

বিশেষ প্ৰতিবেদনঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ চৰ্চা! এয়া আচলতে কোনো নতুন কথা নহয়। কিন্তু নতুন নোহোৱাকৈ এইবাৰ যি ধৰণে চৰ্চা চলিছে সেই চৰ্চাক মোদীৰ সমালোচকসকলে অভবূতপূৰ্ব আখ্যা দিয়া দেখা গৈছে। কিয়নো প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত এইবাৰেই প্ৰথমবাৰৰ বাবে ছ’চিয়েল মিডিয়াত মোদীৰ কোনো ভাষণক লৈ নেটিজেনসকলে নেতিবাচক প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

সাধাৰণতে ছ’চিয়েল মিডিয়াৰ প্ৰতিটো ক্ষেত্ৰতে সক্ৰিয় মোদীৰ যিকোনো ভাষণ বা ফটোতেই লাইক, কমেণ্ট, শ্বেয়াৰৰ সংখ্যা মুহূৰ্ততে অধিক হৈ পৰে। পিছে ব্যতিক্ৰম আছিল যোৱা দেওবাৰ অৰ্থাৎ ৩০ আগষ্টৰ দিনটো। প্ৰতিটো মাহৰ শেষৰটো দেওবাৰৰ দৰেকৈ ৩০ আগষ্টৰ দিনটোতো দিনৰ ১১ বজাত আকাশবাণীযোগে সম্প্ৰচাৰিত হৈছিল প্ৰধানমন্ত্ৰীগৰাকীৰ ‘মন কী বাত’ অনুষ্ঠান। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0