Home ৰাজ্যবটদ্ৰৱাৰ বজাৰ লাগে বিজেপিক, বিধায়িকা আঙুৰলতা-বিজেপি যুৱ মৰ্চাই দিলে BDOক ভাবুকি

বটদ্ৰৱাৰ বজাৰ লাগে বিজেপিক, বিধায়িকা আঙুৰলতা-বিজেপি যুৱ মৰ্চাই দিলে BDOক ভাবুকি

by News Desk
57 views
A+A-
Reset

newsnextone.com | নগাঁওঃ পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দি দিছপুৰৰ মচনদ দখল কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনৰ কাম-কাজক লৈ বিতৰ্ক অব্যাহত থকাৰ সময়তে নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিত বজাৰ আৱণ্টনক কেন্দ্ৰ কৰি বিজেপি যুৱ মৰ্চাৰ কৰ্মীয়ে এগৰাকী ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হোৱাত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় ৷ যুৱ মৰ্চাৰ কৰ্মীয়ে বিডিঅ’ক কাৰ্যালয়ৰ ভিতৰতে ভাবুকি প্ৰদান কৰাৰ লগতে খোদ বিধায়িকাই ফোনযোগে বিষয়াগৰাকীক চাই লোৱাৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন হোৱাত সমগ্ৰ বটদ্ৰৱা সমষ্টিতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ 

জানিব পৰা মতে, বটদ্ৰৱা সমষ্টিৰ দলংঘাট উন্নয়ণ খণ্ডৰ অধীনত চাৰিখন বজাৰ আছে ৷ ইয়াৰে দলংঘাটৰ গোপালঘাট বজাৰখন দ্বি-সাপ্তাহিক হোৱাৰ বিপৰীতে কপাহেৰা, চাবুকধৰা আৰু জামুগুৰি বজাৰকেইখন সাপ্তাহিক বজাৰ ৷ প্ৰতিবছৰে এই বজাৰ কেইখন বিভাগীয় নীতি-নিয়ম অনুসৰি নিবিদাৰ জৰিয়তে মহলদাৰক আৱণ্টন দিয়া হয় ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0