61
ধুবুৰীঃ বাল্য বিবাহৰ বিৰুদ্ধে চৰ এলেকাত সজাগতা বৃদ্ধিৰ বাবে কাম কৰি অহা যুৱক ইলিয়াছ ৰহমান চৰকাৰক হত্যাৰ ভাবুকি দিয়া বুলি জানিব পৰা গৈছে।
সততে ছচিয়েল মিডিয়াত সক্ৰিয় হৈ থকা যুৱকজনক এটা বিশেষ মোবাইল নম্বৰৰ পৰা প্ৰাণে মৰাৰ ভাবুকি দিয়া বুলি জানিব পৰা গৈছে।