Home ৰাজ্যকুকৰ্ম কৰি ছাত্ৰক হত্যা, কিশোৰীক ধৰ্ষণ কৰি গাতত পুতি থোৱাৰ পিছত এইবাৰ শিয়াল কুকুৰৰ মুখলৈ পানী কেচুৱা

কুকৰ্ম কৰি ছাত্ৰক হত্যা, কিশোৰীক ধৰ্ষণ কৰি গাতত পুতি থোৱাৰ পিছত এইবাৰ শিয়াল কুকুৰৰ মুখলৈ পানী কেচুৱা

by News Desk
100 views
A+A-
Reset

বিহুগুৰিঃ ৰাজ্যত প্ৰতিদিনে সংঘটিত কিছুমান ঘটনাই সভ্য সমাজক লজ্জানত কৰে৷ যি ঘটনাই সভ্য সমাজক লজ্জানত কৰাই নহয় মানৱতাক ভুলুন্ঠিত কৰে৷ যোৱা ১০টা দিনৰ ভিতৰত শোণিতপুৰ জিলাত সংঘটিত হোৱা কেইটামান ঘটনাই চিন্তিত কৰি তুলিছে সচেতন নাগৰিকক৷ যিবোৰ ঘটনাই শংকিত কৰি তুলিছে মানুহক৷ মানুহে মানুহক ভাল পাব লাগে যদিও একাশ মানুহ হিংস্ৰ হৈ পৰা দেখা যায়৷

তাৰ মাজতে শোণিতপুৰত যোৱা কিছুদিনৰ ভিতৰত সংঘটিত তিনিটা ঘটনাই চাঞ্চল্যৰ সৃষ্টি হয়৷ কিয়নো এই ঘটনাৰ বলি হৈছিল কিশোৰ-কিশোৰী৷ খৰি বিছাৰি গৈ ধৰ্ষণৰ বলি হৈছিল এগৰাকী ১১ বছৰীয়া কিশোৰী ৷ কিশোৰীগৰাকীক হত্যা কৰি গাতত পুতি থৈছিল৷ তাৰ পিছতে এতি কিশোৰীক স্কুলৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত চাহ বাগিচাৰ মাজলৈ নি হত্যা কৰিছিল কণমানি ছাত্ৰক৷ ২ নৱেম্বৰত ঢেকীয়াজুলিত সংঘটিত হ’য় এই হৃদয় বিদাৰক ঘটনা৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0