Home দেশঅশান্ত কাশ্মীৰৰ ৩ ফটো সাংবাদিকলৈ ২০২০ বৰ্ষৰ পুলিৎজাৰ বঁটা

অশান্ত কাশ্মীৰৰ ৩ ফটো সাংবাদিকলৈ ২০২০ বৰ্ষৰ পুলিৎজাৰ বঁটা

by News Desk
A+A-
Reset
140870-kqiaxvjuds-1588643385_571_855

নিউয়ৰ্কঃ ভয়-শংকাৰ মাজতে সুখবৰ আহিছে কাশ্মীৰলৈ। সন্ত্ৰাস বিধ্বস্ত ৰাজ্যখনৰ ৩জনকৈ সাংবাদিকে লাভ কৰিছে ২০২০ চনৰ পুলিৎজাৰ বঁটা। ফিচাৰ ফটোগ্ৰাফী শিতানত পুলিৎজাৰ জয় কৰিবলৈ সমৰ্থ এই সাংবাদিক ৩ জন হৈছে দাৰ ইয়াছিন, মুখতাৰ খান আৰু ছান্নি আনন্দ। আটাইকেইজন ফটো সাংবাদিকেই জড়িত সংবাদ সংস্থা এছ’চিয়েটেড প্ৰেছ চমুকৈ এপিৰ সৈতে।  

পুলিৎজাৰ ব’ৰ্ডৰ প্ৰধান ডানা কেনেডিয়ে সোমবাৰে ইউটিউব লাইভ ভিডিঅ’ ষ্ট্ৰিমিঙৰ জৰিয়তে ঘোষণা কৰে এইবাৰৰ বঁটা বিজয়ীসকলৰ নাম। সাধাৰণতে প্ৰতি বছৰে নিউয়ৰ্কৰ কলম্বিয়া বিশ্ববিদ্যালয়ত এক বিশেষ অনুষ্ঠানত পুলিৎজাৰ বঁটা ঘোষণা কৰা হয় যদিও এইবাৰ কৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত সেয়া ভাৰ্চুৱেলি ঘোষণা কৰা হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0