Home দেশন্যায়, সুৰক্ষা, সাক্ষ্য সংহিতা… প্ৰকৃতাৰ্থত সম্ভৱ হ’বনে ভাৰতীয় আইন ব্যৱস্থাৰ সংস্কাৰ?

ন্যায়, সুৰক্ষা, সাক্ষ্য সংহিতা… প্ৰকৃতাৰ্থত সম্ভৱ হ’বনে ভাৰতীয় আইন ব্যৱস্থাৰ সংস্কাৰ?

by News Desk
A+A-
Reset
new-law

অৱশেষত ১ জুলাই অৰ্থাৎ সোমবাৰৰ পৰা দেশত বলৱৎ হ’ল তিনি নতুন অপৰাধমূলক আইন ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য সংহিতা। কেন্দ্ৰীয় চৰকাৰে এই তিনি অপৰাধমূলক আইন গৃহীত কৰাৰ পিছতে ইয়াক লৈ বিৰোধী দলৰ লগতে একাংশ আইনজ্ঞয়ো তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। পশ্চিমবংগ, কৰ্ণাটকৰ দৰে অবিজেপি শাসিত ৰাজ্যয়ো এই আইন গৃহীত কৰাক লৈ আপত্তি প্ৰকাশ কৰিছে।

উল্লেখ্য য়ে, যোৱা বছৰ নৱেম্বৰ মাহত সংসদৰ পৰা ১৪০ গৰাকীতকৈও অধিক সাংসদক বহিষ্কাৰ কৰাৰ সময়তে ধ্বনিমতৰ জৰিয়তে সদনত গৃহীত কৰা হৈছিল এই সংশোধিত অপৰাধমূলক আইন। মাত্ৰ ৫ ঘণ্টাৰ বিতৰ্কৰে গৃহীত কৰা এই আইনক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি আইন বিশেষজ্ঞ আৰু বিৰোধীয়ে কয় যে দেশৰ ন্যায়িক ব্যৱস্থা সলনি কৰিব পৰা আইনখনক লৈ সংসদত সম্পূৰ্ণ বিতৰ্ক হ’ব লাগিছিল।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0