62
newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ বিভিন্ন প্ৰান্তত দেওবাৰে বিয়লি আকাশ মেঘাচ্ছন্ন হৈ দিনতে নিশাৰ দৰে পৰিৱেশৰ সৃষ্টি হয়। প্ৰবল ধুমুহা, শিলাবৃষ্টি, বৰষুণৰ ফলত জন জীৱন ব্যাহত হৈ পৰে। ইতিমধ্যে দেশৰ কেইবাটাও বিমান বন্দৰৰ পৰা বিমানৰ উৰণ বাতিল কৰা হৈছে।
Delhi: Dust storm, strong winds and rainfall hit the national capital, visuals from Janpath area. pic.twitter.com/3qfZpzsePJ