61
কাজিৰঙাঃ ২৪ ঘন্টাৰ ভিতৰত চোৰাং চিকাৰীয়ে তিনিটাকৈ গঁড় হত্যা কৰি খৰ্গ কাটি নিয়াৰ চাঞ্চল্য মাৰ নৌযাওতেই মঙলবাৰে পুৱা এটি গঁড় আৰু এটি বাঘৰ মৃতদেহ উদ্ধাৰ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে কাজিৰঙাত৷
