67
কজিৰঙাঃ দেওবাৰে পুৱাই বন বিভাগৰ লোকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটি বাঘৰ মৃতদেহ উদ্ধাৰ কৰে৷ পানীত ওপঙি থকা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘৰ মৃদেহটো অগৰাতলী বনাঞ্চলৰ নলনী বনশিবৰত উদ্ধাৰ হয়৷ বন বিভাগৰ লোকে নিয়মিত পহাৰত দি তকাৰ সময়তে প্ৰত্যক্ষ্য কৰে বাঘটোৰ মৃতদেহ৷
