Home ৰাজ্যকাৰ্বিআংলঙত বটা চৰাইৰ মাংস খাবলৈ পৰামৰ্শ মংগলছিং তিমুঙৰ

কাৰ্বিআংলঙত বটা চৰাইৰ মাংস খাবলৈ পৰামৰ্শ মংগলছিং তিমুঙৰ

by News Desk
57 views
A+A-
Reset

খেৰণিঃ পশ্চিম কাৰ্বি আংলঙত পশু পালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত কিছু দিনৰ পৰা ৰাইজৰ মাজত পশু পালন সন্দৰ্ভত চলি থকা সজাগতা, প্ৰশিক্ষণ আৰু পশুধন বিতৰণীৰ যি কাৰ্য্যসুচী সেই কাৰ্যসূচী আজিও অব্যাহত আছে পাহাৰীয়া জিলাখনত৷ এনে কাৰ্য্যসূচীৰ অংশ হিচাপে আজি কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ পৰিষদীয় ৮ নং হামৰেণ সমষ্টিৰ অন্তৰ্গত তেলেহৰত বৃহত্তৰ সমষ্টিটোত থকা মুঠ ৫০ টাকৈ মহিলা আত্ম-সহায়ক গোটক লৈ পশু পালনৰ সন্দৰ্ভত সজাগতা, প্ৰশিক্ষণ আৰু পশুধন বিতৰণীৰ এক বিশেষ সভা অনুষ্ঠিত হয়৷ 

আয়োজিত সজাগতা আৰু প্ৰশিক্ষণত অংশ লোৱা সমষ্টিটোৰ মহিলা আত্ম-সহায়ক গোটৰ সভানেত্ৰী, সম্পাদিকা আৰু সদস্যাসকলক পশুধন পালন আৰু বিভিন্ন প্ৰকাৰৰ পশু পালনৰ প্ৰক্ৰিয়াৰ লগতে উপাৰ্জনৰ উংস হিচাপে ইয়াৰ ভুমিকা অথবা গুৰুত্ব কিমান সেই সন্দৰ্ভত বিশেষভাৱে প্ৰশিক্ষণ প্ৰদান কৰে বিভাগীয় বিষয়া আৰু পশু  চিকিৎসকৰ দলটোয়ে৷ বিশেষকৈ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ অধীনত থকা বিভাগটোয়ে ইতিমধ্যে গ্ৰহণ কৰি থকা বটা চৰাই পালন আচঁনি সন্দৰ্ভত, বটা চৰাইৰ মাংস ভোজনৰ উপকাৰিতা, এই চৰাই পালন অথবা বংশ বিস্তাৰ আদিৰ সন্দৰ্ভতো প্ৰশিক্ষণ প্ৰদান কৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0