66
নতুন দিল্লীঃ পাঁচ ঘণ্টা ধৰি হোৱা বিতৰ্ক আৰু কংগ্ৰেছ- এ আই এ ডি এম কেৰ ৱাকআউটৰ মাজতে বৃহস্পতিবাৰে তিনি তালাকৰ সংশোধনী বিধেয়ক লোকসভাত গৃহীত হয়।
তিনিবাৰ ’তালাক’ শব্দটো উচ্চাৰণ কৰিয়েই তৎকালীনভাৱে বিবাহ বিচ্ছেদ দিব পৰা যি ব্যৱস্থা মুছলমান সমাজত আছে, ইয়াক এই আইনৰ জৰিয়তে শাস্তিযুক্ত অপৰাধ হিচাপে বিবেচনা কৰা হ’ল।