Home ৰাজ্যতিনিচুকীয়া অসামৰিক চিকিৎসালয়ত স্বচ্ছ ভাৰত অভিযানক ভেঙুচালি

তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত স্বচ্ছ ভাৰত অভিযানক ভেঙুচালি

by News Desk
86 views
A+A-
Reset

newsnextone.com | তিনিচুকীয়াঃ দেশক পৰিস্কাৰ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্বচ্ছ ভাৰত অভিযান আঁচনি ৰূপায়ণ কৰিছিল৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে খোদ ৰাজ পথত ঝাড়ু মাৰি দেশবাসীক বাৰ্তা দিছিল দেশৰ প্ৰতিটো প্ৰাণ, প্ৰতিটো অনুষ্ঠান-প্ৰতিষ্ঠান পৰিস্কাৰ কৰাৰ৷ তাৰ পিছতে দেশত কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰীলৈকে, মন্ত্ৰী-আমোলাৰ পৰা বিধায়কলৈ সকলোৱে সময়ে সময়ে স্বচ্ছ ভাৰত অভিযান মিছনৰ নামত হাতত ঝাড়ু লোৱা দেখা যায়৷

তাৰ মাজতে একাংশ লোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰত অভিযান মিছনক শ্ল’গান তথা বেনাৰ পোষ্টাৰতে সীমাবদ্ধ কৰি ৰখা পৰিলক্ষিত হৈছে৷ ৰাজ কোষৰ কোটি কোটি টকা খৰছ কৰা সময়তে তিনিচুকীয় জিলাৰ তিনিচুকীয়া অসামৰিক চিকিৎসালয় চৌহদৰ কদৰ্য অৱস্থাই সচেতন মহলক চিন্তিত কৰি তুলিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0