Home ৰাজ্যচোৰে নামানে আল্লা-ভগৱান, কাউৰবাহাৰ বিকলাংগ যুৱকক লুটিলে চোৰে

চোৰে নামানে আল্লা-ভগৱান, কাউৰবাহাৰ বিকলাংগ যুৱকক লুটিলে চোৰে

by News Desk
49 views
A+A-
Reset

তুলসীবাৰীঃ চোৰ-ডকাইতে নামানে আল্লা-ভগৱান৷ বিকলাংৰ প্ৰতি দয়া জন্মিব কৈনেকৈ৷ হয়, ভালকৈ খোজ কাঢ়িব নোৱাৰা যুৱকজনে নিজ ঘৰৰ সন্মুখত এখন সাধাৰণ দোকাণ দি পৰিয়াল পোহপাল দি আহিছিল যদিও আল্লা-ভগৱানক নমনা চোৰে বিকলাংগ যুৱকৰ দোকান খনত চলাই চাফাই অভিযান৷

বাক্সা জিলাৰ কাউৰবাহাৰ সমীপৰ মাদৈকাটাত শনিবাৰে নিশা এগৰাকী বিকলাংগ যুৱকক লুটি নিয়াত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ বিশ হাজাৰ নগদ ধন লুট কৰি নিয়ে৷ জানিব পৰা মতে, ইমৰান আলি নামৰ বিকলাংগ যৱকজনৰ একমাত্ৰ জীয়াই থকাৰ সম্বল নিজ ঘৰৰ সন্মুখতে থকা দোকান খন অইন দিনাৰ দৰে শনিবাৰে নিশাও বন্ধ কৰি ঘৰলৈ যায়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0