Home ৰাজ্যঅহিংসাৰ পূজাৰী বাপুৰ আজি জন্মদিন

অহিংসাৰ পূজাৰী বাপুৰ আজি জন্মদিন

by News Desk
109 views
A+A-
Reset

গুৱাহাটীঃ অহিংসাৰ পূজাৰী মহামানৱ মহাত্মা গান্ধীৰ আজি ১৪৭ সংখ্যক জন্মদিন। ১৮৬৯ চনৰ ০২ অক্টোবৰত গুজৰাটৰ পোৰবন্দৰত মোহনদাস  কৰমচান্দ গান্ধীৰ জন্ম হৈছিল। ৰাষ্ট্ৰ সংঘই আজিৰ দিনটো অহিংসা দিৱস হিচাপে পালন কৰাৰ ঘোষণা কৰাৰ পিছৰে পৰা বিশ্বৰ সকলো দেশে এই দিনটো অহিংসা দিৱস হিচাপে পালন কৰি আহিছে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজঘাটত উপস্থিত হৈ গান্ধীক শ্ৰদ্ধাঞ্জলি জনায়৷

কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰীয়ে আজি ভিন্ন কাৰ্যসুচীত অংশ লোৱা দেখা যায়৷ আনহাতে, দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো বাপুক স্মৰণ কৰে জনসাধৰণে। উজনি-নামণিত দল-সংগঠন তথা শিক্ষানুষ্ঠান, ব্যৱসায়, চৰকাৰী-বেচৰকাৰি কাৰ্যালয়ত অহিংসা দিৱস পালন কৰা পৰিলক্ষিত হয়। ৰাইজ তথা ছাত্ৰ-ছাত্ৰীয়ে স্বচ্ছ ভাৰত অভিযানৰ বাবেও ওলাই অহা পৰিলক্ষিত হয়৷ ৰাজ্যৰ মন্ত্ৰী, বিধায়ক, বিষয়া-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী সকলোৱে হাতে হাতে ঝাড়ু লৈ স্বাচ্ছ ভাৰত কাৰ্যসুচীত অংল লয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0