47
ডিজিটেল ডেস্কঃ শিয়ালবাগী দি বহুদিন পলাবলৈ সক্ষম হ’লেও শেষত নিহত হ’ল আবু দুজানা। কুখ্যাত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ঈ-তৈবাৰ মষ্ট ৱাণ্টে়ড কমাণ্ডাৰ দুজানাক নিধন কৰিলে সেনাই।
কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদী নিধনৰ পিছত এই সম্পৰ্কত বহু তথ্য সদৰী কৰিছে সেনাই। অভ্যন্তৰীণ সূত্ৰৰ সম্ভেদ অনুসৰি দুজানা আছিল অতি নাৰীলোভী।